• Home
  • »
  • News
  • »
  • assam
  • »
  • শুকুৰবাৰে অসমত পুনৰ হ্ৰাস পালে Covid আক্ৰান্তৰ হাৰ, দিনটোত ৫৪ জনৰ মৃত্যু...

শুকুৰবাৰে অসমত পুনৰ হ্ৰাস পালে Covid আক্ৰান্তৰ হাৰ, দিনটোত ৫৪ জনৰ মৃত্যু...

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ১,২৩,৫৯৩ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হয়। ইয়াৰে ৪,৫৪৮ জন লোকৰ ফলাফল Covid positive আহে।

  • Share this:
ৰাজ্যত শেহতীয়া কেইটামান  দিনত হ্ৰাস পাইছে ক'ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ হাৰ। শুকুৰবাৰে আক্ৰান্তৰ হাৰ হৈছে ৩.৬৮ শতাংশ। আনহাতে দিনটোত মৃত্যু হয় ৫৪ জন লোকৰ।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ১,২৩,৫৯৩ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হয়। ইয়াৰে ৪,৫৪৮ জন লোকৰ ফলাফল Covid positive আহে। কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৪২১ জন লোক আক্ৰান্ত হয়। সম্প্ৰতি ৰাজ্যখনত আৰোগ্যৰ হাৰ হৈছে ৮৭.০২ শতাংশ।
Published by:Kokil Sarma
First published: