বৃহস্পতিবাৰে ৰাজ্যত Covid-19ত আক্ৰান্ত হয় ৪,৩০৯ জন। দিনটোত মৃত্যু হৈছে ৪৬ জন আক্ৰান্তৰ।
বৃহস্পতিবাৰে ৰাজ্যত Covid-19ত আক্ৰান্ত হয় ৪,৩০৯ জন। দিনটোত মৃত্যু হৈছে ৪৬ জন আক্ৰান্তৰ।
ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ লৈছে মহামাৰী Corona Virus ৰ সংহাৰ। বৃহস্পতিবাৰে ৰাজ্যত Covid-19ত আক্ৰান্ত হয় ৪,৩০৯ জন। দিনটোত মৃত্যু হৈছে ৪৬ জন আক্ৰান্তৰ।
আজিৰ দিনটোত ৰাজ্যখনত আক্ৰান্তৰ হাৰ হৈছে ৪.০২ শতাংশ। বিগত ২৪ ঘণ্টাত ১,০৭,০৭৫ জন লোকৰ Covid test কৰা হয়। ৰাজ্যখনত সম্প্ৰতি সুস্থতাৰ হাৰ হৈছে ৮৬.৯৪ শতাংশ।
লাহে লাহে হ্ৰাস পাইছে কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ সংখ্যা। আজিৰ দিনটোত জিলাখনত ৩৮৬ জন লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|