உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid-19 in Assam: অসমত হ্ৰাস পোৱা নাই ক'ৰোনাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত পুনৰ আক্ৰান্ত ৩ সহস্ৰাধিক...

    Covid-19 in Assam: অসমত হ্ৰাস পোৱা নাই ক'ৰোনাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত পুনৰ আক্ৰান্ত ৩ সহস্ৰাধিক...

    বিগত ২৪ ঘণ্টাত ১,৫৪,২৬৪ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ৩,৪৭৭জন লোক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে।

    • Share this:
    ৰাজ্যত শেহতীয়া কেইটামান দিনত প্ৰায় একেই আছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰে ৰাজ্যখনৰ ৩,৪৭৭ জন লোকৰ ফলাফল Covid positive ধৰা পৰে।

    বিগত ২৪ ঘণ্টাত ১,৫৪,২৬৪ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ৩,৪৭৭জন লোক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ২.২৫ শতাংশ। দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪১ জন। কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে ১৬৯ জন।
    Published by:Kokil Sarma
    First published: