মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Covid-19 in Assam: ৰাজ্যত সোমবাৰে আক্ৰান্ত ৩ সহস্ৰাধিক, সোমবাৰে প্ৰাণ হেৰুৱালে ৪৩ জনে।

Covid-19 in Assam: ৰাজ্যত সোমবাৰে আক্ৰান্ত ৩ সহস্ৰাধিক, সোমবাৰে প্ৰাণ হেৰুৱালে ৪৩ জনে।

News18 Assam | News18-Assam
Updated:June 14, 2021, 8:06 PM IST
Covid-19 in Assam: ৰাজ্যত সোমবাৰে আক্ৰান্ত ৩ সহস্ৰাধিক, সোমবাৰে প্ৰাণ হেৰুৱালে ৪৩ জনে।
সোমবাৰে ৰাজ্যত ১,৪৬,০৪৬ জন লোকৰ Covid পৰীক্ষা কৰা হয়। ইয়াৰে ৩,৬৭৮ জন লোকৰ ফলাফল ক'ভিড পজিটিভ আহে।

সোমবাৰে ৰাজ্যত ১,৪৬,০৪৬ জন লোকৰ Covid পৰীক্ষা কৰা হয়। ইয়াৰে ৩,৬৭৮ জন লোকৰ ফলাফল ক'ভিড পজিটিভ আহে।

  • Share this:
অসমত প্ৰতিদিনেই ৩ সহস্ৰাধিক লোক ক'ৰোনাত আক্ৰান্ত হৈ আছে। সোমবাৰেও ইয়াৰ ব্যতিক্ৰম নহ'ল। ৩৬৭৮ জন লোকে আজিৰ দিনটোত আক্ৰান্ত হ'ল ক'ৰোনাত।

সোমবাৰে ৰাজ্যত ১,৪৬,০৪৬ জন লোকৰ Covid পৰীক্ষা কৰা হয়। ইয়াৰে ৩,৬৭৮ জন লোকৰ ফলাফল ক'ভিড পজিটিভ আহে। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ২.৫২ শতাংশ। আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যত ৪৩ জন ক'ভিড আক্ৰান্তৰ মৃত্যু হয়। কামৰূপ মহানগৰ জিলাত আজিৰ দিনটোত আক্ৰান্তৰ সংখ্যা হৈছে ২৩২ জন।
Published by: Kokil Sarma
First published: June 14, 2021, 8:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি