உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid-19 in Assam: শনিবাৰে ৰাজ্যত আক্ৰান্ত ৩ সহস্ৰাধিক, কামৰূপ মহানগৰত আক্ৰান্ত ২৪৬ জন...

    Covid-19 in Assam: শনিবাৰে ৰাজ্যত আক্ৰান্ত ৩ সহস্ৰাধিক, কামৰূপ মহানগৰত আক্ৰান্ত ২৪৬ জন...

    বিগত ২৪ ঘণ্টাত অসমত মুঠ ১,৬১,৮৯৬ জন লোকৰ Covid test কৰা হৈছিল আৰু ইয়াৰে ৩৪৬৩ জন লোকৰ ফলাফল Covid positive আহে।

    • Share this:
    ৰাজ্যত শেহতীয়াকৈ কেইটামান দিনত হ্ৰাস পাইছে আক্ৰান্তৰ হাৰ, কিন্তু মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক হৈয়ে আছে। শনিবাৰে ৰাজ্যত Covid-19 ত প্ৰাণ হেৰুৱালে ৪২ জনে।

    বিগত ২৪ ঘণ্টাত অসমত মুঠ ১,৬১,৮৯৬ জন লোকৰ Covid test কৰা হৈছিল আৰু ইয়াৰে ৩৪৬৩ জন লোকৰ ফলাফল Covid positive আহে। দিনটোত ৰাজ্যখনত আক্ৰান্তৰ হাৰ হৈছে ২.১৪ শতাংশ। সম্প্ৰতি ৰাজ্যখনত আৰোগ্যৰ হাৰ হৈছে ৮৯.৩৮ শতাংশ।
    Published by:Kokil Sarma
    First published: