বিগত ২৪ ঘণ্টাত প্ৰায় ১ লাখ ৩০ হাজাৰ লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৩,৩৮৬ জন লোকৰ ফলাফল Covid positive আহে।
বিগত ২৪ ঘণ্টাত প্ৰায় ১ লাখ ৩০ হাজাৰ লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৩,৩৮৬ জন লোকৰ ফলাফল Covid positive আহে।
কামৰূপ মহানগৰ জিলাত বুধবাৰে Coronaত আক্ৰান্তৰ সংখ্যা হৈছে মাত্ৰ ১৫৮ জন । নিশ্চয়কৈ এয়া গুৱাহাটী মহানগৰীৰ বাবে শুভ সংবাদ।
ৰাজ্যত আজিও Covid-19ত আক্ৰান্ত ৩ সহস্ৰাধিক। বিগত ২৪ ঘণ্টাত প্ৰায় ১ লাখ ৩০ হাজাৰ লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৩,৩৮৬ জন লোকৰ ফলাফল Covid positive আহে। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ২.৬০ শতাংশ। বুধবাৰে মৃত্যু হয় ৩৬ জন লোকৰ। ৰাজ্যখনত সম্প্ৰতি আৰোগ্যৰ হাৰ হৈছে ৯০.৭০ শতাংশ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|