• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19 in Assam: কামৰূপ মহানগৰত লাহে লাহে হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা, মঙলবাৰে ৰাজ্যত আক্ৰান্ত ৩,৪১৫ জন...

Covid-19 in Assam: কামৰূপ মহানগৰত লাহে লাহে হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা, মঙলবাৰে ৰাজ্যত আক্ৰান্ত ৩,৪১৫ জন...

কামৰূপ মহানগৰ জিলাত শেহতীয়া কেইটামান দিনত হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা । মঙলবাৰে জিলাখনত আক্ৰান্ত হয় ২০৪ জন ।

  • Share this:
কামৰূপ মহানগৰ জিলাত শেহতীয়া কেইটামান দিনত হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা । মঙলবাৰে জিলাখনত আক্ৰান্ত হয় ২০৪ জন ।

ৰাজ্যত আজিও ৩ সহস্ৰাধিক লোক corona virusত আক্ৰান্ত হয়। মঙলবাৰে ১,৩২,৯২৯ জন লোকৰ Covid পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৩,৪১৫ জন লোকৰ Covid positive ফলাফল আহে। ৰাজ্যখনত সম্প্ৰতি আক্ৰান্তৰ হাৰ ২.৫৭ শতাংশ। সম্প্ৰতি অসমত আৰোগ্য হোৱা লোকৰ হাৰ হৈছে ৯০.৩১ শতাংশ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি