உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid-19 in Assam: শনিবাৰে মহামাৰীত প্ৰাণ হেৰুৱালে ৪০ জনে, পুনৰ ২৪ ঘণ্টাত ৩ সহস্ৰাধিক আক্ৰান্ত ...

    Covid-19 in Assam: শনিবাৰে মহামাৰীত প্ৰাণ হেৰুৱালে ৪০ জনে, পুনৰ ২৪ ঘণ্টাত ৩ সহস্ৰাধিক আক্ৰান্ত ...

    বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্তৰ হাৰ হৈছে ২.২১ শতাংশ। মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক হৈয়ে আছে। শনিবাৰে Covidৰ বাবে প্ৰাণ হেৰুৱাব লগা হয় ৪০ জন আক্ৰান্তই।

    • Share this:
    অসমত শনিবাৰৰ দিনটোত ১,৬১,৪২০ জন লোকে Covid Test কৰে আৰু এইসকল লোকৰ ৩,৫৭১ জনৰ ফলাফলত Covid Positive ধৰা পৰে।

    বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্তৰ হাৰ হৈছে ২.২১ শতাংশ। মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক হৈয়ে আছে। শনিবাৰে Covidৰ বাবে প্ৰাণ হেৰুৱাব লগা হয় ৪০ জন আক্ৰান্তই। সম্প্ৰতি ৰাজ্যখনত আৰোগ্যৰ হাৰ ৯১.৭৭ শতাংশ। শনিবাৰে কামৰূপ মহানগৰ জিলাত ১৯৯ জন লোকৰ পৰীক্ষাত ক'ভিডৰ অৱস্থিতি ধৰা পৰে।
    Published by:Kokil Sarma
    First published: