Covid-19: গুৱাহাটী বিশ্ববিদ্যালয়ত ব্যাপক ৰূপত কোভিড সংক্ৰমণ। এতিয়ালৈকে ২০জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে Covid-19। AT-9 হোষ্টেলত ১০জন শিক্ষাৰ্থী কোভিড পজিটিভ চিনাক্ত হৈছে।
Covid-19: গুৱাহাটী বিশ্ববিদ্যালয়ত ব্যাপক ৰূপত কোভিড সংক্ৰমণ। এতিয়ালৈকে ২০জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে Covid-19। AT-9 হোষ্টেলত ১০জন শিক্ষাৰ্থী কোভিড পজিটিভ চিনাক্ত হৈছে।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাখনো শিক্ষানুষ্ঠানৰ পিছত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ব্যাপক ৰূপত কোভিড সংক্ৰমণ। এতিয়ালৈকে ২০জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে Covid-19। AT-9 হোষ্টেলত ১০জন শিক্ষাৰ্থী কোভিড পজিটিভ চিনাক্ত হৈছে।
স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী গুৱাহাটী বিশ্ববিদ্যালয়ত Covid পৰীক্ষা কৰা হৈছিল। ১১ডিচেম্বৰত কৰা পৰীক্ষাত ২০ জন শিক্ষাৰ্থী আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। RTPCR টেষ্টৰ জৰিয়তে ১২জন কোভিড সংক্ৰমণ হোৱা শিক্ষাৰ্থী চিনাক্ত।
কোভিড সংক্ৰমণ হোৱা হোষ্টেলসমূহৰ ভিতৰত আছে RCC6, RRC5, AT2, AT3 আদি। কোভিড সংক্ৰমণ হোৱা ছাত্ৰ-ছাত্ৰীক হাস্পতালত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। বিশ্ববিদ্যালয়খনৰ কেইবাজনো শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হোৱাৰ পিছত চিন্তিত হৈ পৰিছে শিক্ষাৰ্থীসকল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|