• Home
  • »
  • News
  • »
  • assam
  • »
  • কোভিডৰ সংক্ৰমণ বৃদ্ধি! মহানগৰীৰ এই স্থানত ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা

কোভিডৰ সংক্ৰমণ বৃদ্ধি! মহানগৰীৰ এই স্থানত ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা

৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে এই অঞ্চলটোত। উক্ত স্থানত কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব। ২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা।

  • Share this:
মহানগৰীত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত পুনৰ ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন। ৰূপনগৰৰ এটা অঞ্চলক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন। জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া কণ্টেইনমেণ্ট জ’নৰ পৰিসৰ হৈছে উত্তৰে ASTC কৰ্মশালা, দক্ষিণে GMC পথ, পূবে শ্ৰীমন্তপুৰ পথ আৰু পশ্চিমে ৰূপনগৰ মূল পথ। এই অঞ্চলত ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন। ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে এই অঞ্চলটোত। উক্ত স্থানত কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব।

২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা।
Published by:Sanjay Kumar Das
First published: