உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid vaccine: যদিহে আপুনি ৭ মে'ৰ পূৰ্বে Covaxinৰ প্ৰথম পালি লৈছিল, তেন্তে কেতিয়া, ক'ত ল'ব পাৰিব দ্বিতীয় পালি ?

    Covid vaccine: যদিহে আপুনি ৭ মে'ৰ পূৰ্বে Covaxinৰ প্ৰথম পালি লৈছিল, তেন্তে কেতিয়া, ক'ত ল'ব পাৰিব দ্বিতীয় পালি ?

    যদিহে আপুনি ৭ মে'ৰ পূৰ্বে Covaxinৰ 1st dose লৈছিল তেন্তে আপুনি 2nd dose সেই একেই চেণ্টাৰতে ল'ব পাৰিব ১২,১৩,১৪ জুনত।

    • Share this:
    Covaxin ভেকচিন সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ। যদিহে আপুনি ৭ মে'ৰ পূৰ্বে Covaxinৰ 1st dose লৈছিল তেন্তে আপুনি 2nd dose সেই একেই চেণ্টাৰতে ল'ব পাৰিব ১২,১৩,১৪ জুনত। অসমত ১৮ৰ পৰা ৪৪ বছৰৰ বয়সৰ লোকসকলৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য হ'ব। ইয়াৰ বাবে আপুনি গৈ আপোনাৰ ভেকচিন চেণ্টাৰত যোগাযোগ কৰিব লাগিব, ইয়াত কোনো ধৰণৰ online registrationৰ প্ৰয়োজন নাই।
    Published by:Kokil Sarma
    First published: