যদিহে আপুনি ৭ মে'ৰ পূৰ্বে Covaxinৰ 1st dose লৈছিল তেন্তে আপুনি 2nd dose সেই একেই চেণ্টাৰতে ল'ব পাৰিব ১২,১৩,১৪ জুনত।
যদিহে আপুনি ৭ মে'ৰ পূৰ্বে Covaxinৰ 1st dose লৈছিল তেন্তে আপুনি 2nd dose সেই একেই চেণ্টাৰতে ল'ব পাৰিব ১২,১৩,১৪ জুনত।
Covaxin ভেকচিন সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ। যদিহে আপুনি ৭ মে'ৰ পূৰ্বে Covaxinৰ 1st dose লৈছিল তেন্তে আপুনি 2nd dose সেই একেই চেণ্টাৰতে ল'ব পাৰিব ১২,১৩,১৪ জুনত। অসমত ১৮ৰ পৰা ৪৪ বছৰৰ বয়সৰ লোকসকলৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য হ'ব। ইয়াৰ বাবে আপুনি গৈ আপোনাৰ ভেকচিন চেণ্টাৰত যোগাযোগ কৰিব লাগিব, ইয়াত কোনো ধৰণৰ online registrationৰ প্ৰয়োজন নাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|