உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Coronavirus in Assam: ৰাজ্যত কোৰোণা আক্ৰান্তৰ নতুন অভিলেখ, আজি নতুনকৈ কোৰোণাত আক্ৰান্ত ৮০৭২ জন, পৰিস্থিতি ভয়াৱহ

    Coronavirus in Assam: ৰাজ্যত কোৰোণা আক্ৰান্তৰ নতুন অভিলেখ, আজি নতুনকৈ কোৰোণাত আক্ৰান্ত ৮০৭২ জন, পৰিস্থিতি ভয়াৱহ

    Coronavirus in Assam: গুৱাহাটীতে ১,৯৯৬ জন লোক আক্ৰান্ত হৈছে কোৰণাত। দিনটোত ৰাজ্যত মৃত্যু হৈছে ১৬ গৰাকী কোৰোণা আক্ৰান্তৰ।

    • Share this:
    দিনে দিনে কোৰোণা (Corona) আক্ৰান্তৰ সংখ্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত। আজি আক্ৰান্তৰ সংখ্যাই নতুন অভিলেখ ৰচিলে অসমত। আজি দিনটোত ৰাজ্যত নতুনকৈ কোৰোণাত (Corona in Assam) আক্ৰান্ত হৈছে ৮০৭২ গৰাকী লোক। কোৰোণাৰ আৰম্ভণিৰে পৰা আজিলৈ এদিনতে আজি অভিলেখ হাৰত সংক্ৰমণ হৈছে।

    উল্লেখ্য যে কেৱল গুৱাহাটীতে ১,৯৯৬ জন লোক আক্ৰান্ত হৈছে কোৰণাত। দিনটোত ৰাজ্যত মৃত্যু হৈছে ১৬ গৰাকী কোৰোণা আক্ৰান্তৰ।

    দিনটোত ডিব্ৰুগড়ত ৫৫১, কাছাৰত ৪৭৪, যোৰহাটত ৪৭০, কামৰূপত ৩৯৪, তিনিচুকীয়াত ৩০১, নগাঁৱত ২৮৮, গোলাঘাটত ২৭৩, লখিমপুৰত ২০৫, নলবাৰীত ২৪০বৰপোটাত ২৫৩, ধুবুৰীত ২৪০ গৰাকী লোক আক্ৰান্ত হৈছে।

    উল্লেখ্য যে সোমবাৰে ৰাজ্যত আক্ৰন্তৰ সংখ্যা আছিল ৬৯৮২ গৰাকী।
    Published by:Manjumoni Borah
    First published: