মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গুৱাহাটীত কণ্টেইনমেণ্ট ৱাৰ্ডঃ কি কি সেৱা উপলব্ধ হ'ব? মাছ-মাংস খাবলৈ পাবনে?

গুৱাহাটীত কণ্টেইনমেণ্ট ৱাৰ্ডঃ কি কি সেৱা উপলব্ধ হ'ব? মাছ-মাংস খাবলৈ পাবনে?

News18 Assam | News18-Assam
Updated:May 5, 2021, 6:24 PM IST
গুৱাহাটীত কণ্টেইনমেণ্ট ৱাৰ্ডঃ কি কি সেৱা উপলব্ধ হ'ব? মাছ-মাংস খাবলৈ পাবনে?
এই সমূহসেৱা উপলব্ধ হ'ব কণ্টেইনমেণ্ট জ'নতঃ

এই সমূহসেৱা উপলব্ধ হ'ব কণ্টেইনমেণ্ট জ'নতঃ

  • Share this:
শেহতীয়া কোৰোণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ ৩টাকৈ ৱাৰ্ডক কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা কৰা হৈছে। পিছে কণ্টেইনমেণ্ট জনক কি কি সেৱা উপলব্ধ হ'ব? সেই সন্দৰ্ভত বুধবাৰে সংবাদমেল সম্বোধন কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই।

এই সমূহসেৱা উপলব্ধ হ'ব কণ্টেইনমেণ্ট জ'নতঃ

১. কণ্টেইনমেণ্ট জ'ন ৱাৰ্ডত পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে গাখীৰ, পাচলি, ফলমূল বিক্ৰী কৰিব পাৰিব।

২. সকলোৱে মাস্ক পিন্ধিব লাগিব। পাঁচজনতকৈ বেছি লোক থাকিব নোৱাৰিব।

৩. মোবাইল ভানেৰে মাছ, মাংস বিক্ৰী কৰিব পাৰিব কণ্টেইনমেণ্ট ৱাৰ্ডত।

৪. ফাৰ্মাচী খোলা থাকিব। হাস্পতাললৈ যাব পাৰিব।

৫. পেট্ৰ'ল পাম্প, গেছ এজেন্সী খুলিব পাৰিব।
Published by: Himangshu Bhuyan
First published: May 5, 2021, 6:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি