মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পাণবজাৰ ৰে’লৱে কলনী সহ গুৱাহাটী মহানগৰীৰ ৯টা এলেকা কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা

পাণবজাৰ ৰে’লৱে কলনী সহ গুৱাহাটী মহানগৰীৰ ৯টা এলেকা কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা

News18 Assam | News18-Assam
Updated:May 14, 2020, 4:34 PM IST
পাণবজাৰ ৰে’লৱে কলনী সহ গুৱাহাটী মহানগৰীৰ ৯টা এলেকা কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা
গুৱাহাটী মহানগৰীত ভয়ংকৰ ভাবে বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ২৪ ঘণ্টা নহওতেই ২২ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।

গুৱাহাটী মহানগৰীত ভয়ংকৰ ভাবে বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ২৪ ঘণ্টা নহওতেই ২২ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।

  • Share this:
গুৱাহাটী মহানগৰীত ভয়ংকৰ ভাবে বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ২৪ ঘণ্টা নহওতেই ২২ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।

কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়া তত্‍পৰ হৈ পৰিছে গুৱাহাটী মহানগৰ প্ৰশাসন। কোৰোণাত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা বিভিন্ন ঠাই এতিয়া কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।

যোৱা ৮ মে’ তাৰিখে গুৱাহাটী চিকিত্‍সা মহাবিদ্য়ালয় হাস্পতালৰ ৫ নং হোষ্টেল, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আৱাসিক এলেকা, চানমাৰীৰ অমিয় নগৰক কোণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছত ৯ মে’ তাৰিখে ৰিজ’নেল ডেণ্টেল কলেজৰ ছাত্ৰীনিৱাস কোণ্টেউনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা কৰে।

সেইদৰে এতিয়া নতুনকৈ ফাচি বজাৰৰ ৰাজকমল হোটেলৰ আশে পাশে, কুমাৰপাৰা, শান্তিপুৰ, ফটাশিল জি এচ কলনী আৰু পাণবজাৰ ৰে’লৱে কলনী কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয়।
First published: May 14, 2020, 4:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি