• Home
  • »
  • News
  • »
  • assam
  • »
  • শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰৰ পিছতে কংগ্ৰেছ বিধায়িনী দলৰ জৰুৰী বৈঠক, কি সিদ্ধান্ত ল’ব শ্বেৰমান সন্দৰ্ভত?

শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰৰ পিছতে কংগ্ৰেছ বিধায়িনী দলৰ জৰুৰী বৈঠক, কি সিদ্ধান্ত ল’ব শ্বেৰমান সন্দৰ্ভত?

শ্বহীদক ঘাতক আখ্যা দি বিতৰ্কৰ মাজত সোমাই পৰিছিল শ্বেৰমান আলী।

শ্বহীদক ঘাতক আখ্যা দি বিতৰ্কৰ মাজত সোমাই পৰিছিল শ্বেৰমান আলী।

শ্বহীদক ঘাতক আখ্যা দি বিতৰ্কৰ মাজত সোমাই পৰিছিল শ্বেৰমান আলী।

  • Share this:
শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ পিছতে কংগ্ৰেছ বিধায়িনী দলৰ জৰুৰী বৈঠক৷ শ্বেৰমান সন্দৰ্ভত বিধায়িনী দলে ল'ব সিদ্ধান্ত৷ উপ নিৰ্বাচন সংক্ৰান্ততো হ'ব আলোচনা৷ বৈঠকত APCCৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইনসহ কংগ্ৰেছৰ বিধায়কসকল উপস্থিত আছে৷

উল্লেখযোগ্য শ্বহীদক ঘাতক আখ্যা দি বিতৰ্কৰ মাজত সোমাই পৰিছিল শ্বেৰমান আলী। এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়কজনক। আজি শ্বেৰমান আলীক হাজিৰ কৰোৱা হ’ব আদালতত।
Published by:Sanjay Kumar Das
First published: