• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মহানগৰীৰ আৰ্যনগৰত নিৰ্মাণ কৰা উৰণীয়া সেঁতু

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মহানগৰীৰ আৰ্যনগৰত নিৰ্মাণ কৰা উৰণীয়া সেঁতু

Photo : Twitter/@himantabiswa

Photo : Twitter/@himantabiswa

নিৰ্ধাৰিত সময়তকৈ ১০মাহ পূৰ্বে মুকলি কৰ হ’ব উৰণীয়া সেঁতুখন।

  • Share this:
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মহানগৰীৰ আৰ্যনগৰত নিৰ্মাণ কৰা উৰণীয়া সেঁতু। গুৱাহাটীবাসীৰ বাবে মুকলি হ’ব দুইলেনযুক্ত উৰণীয়া সেঁতুখন। উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৭৯০ মিটাৰ। ১৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে উৰণীয়া সেঁতুখন। নিৰ্ধাৰিত সময়তকৈ ১০মাহ পূৰ্বে মুকলি কৰ হ’ব উৰণীয়া সেঁতুখন।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি