உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • DURGA PUJA: দুৰ্গা পূজা হ'ব: ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ! কিন্তু সকলো Covid Protocol সতৰ্কতাৰে অনুসৰণ কৰিব লাগিব...

    DURGA PUJA: দুৰ্গা পূজা হ'ব: ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ! কিন্তু সকলো Covid Protocol সতৰ্কতাৰে অনুসৰণ কৰিব লাগিব...

    Durga Puja will definitely be celebrated in the state but cautiously following all Covid-19 protocols: Assam CM- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে ৰাজ্যখনত দুৰ্গা পূজা নিশ্চিতভাৱে উদযাপন কৰা হ'ব, কিন্তু সকলো Covid Protocol সতৰ্কতাৰে অনুসৰণ কৰা হ'ব।

    • Share this:
    সকলো Covid-19 প্ৰটোকল অনুসৰণ কৰি অসমত শাৰদীয় দুৰ্গা পূজা উৎসৱ উদযাপন কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে ৰাজ্যখনত দুৰ্গা পূজা নিশ্চিতভাৱে উদযাপন কৰা হ'ব, কিন্তু সকলো Covid Protocol সতৰ্কতাৰে অনুসৰণ কৰা হ'ব।

    দুৰ্গা পূজা উদযাপন সন্দৰ্ভত সমিতি, জনতা আৰু মূৰ্তি নিৰ্মাতাসকলৰ মাজত যথেষ্ট অনিশ্চয়তা আছিল। কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত সকলোৱে কিছু পৰিমাণে সহাক পাইছে, কিয়নো পূজাক লৈ থাকে মৃত শিল্পীৰ পৰা ব্যৱসায়ীলৈ সকলোৰে দুপইচা অৰ্জাৰ আশা। এয়া দ্বিতীয়বাৰৰ বাবে Covidৰ মাজতে সমগ্ৰ দেশতে দুৰ্গা পূজা আয়োজন কৰা হৈছে। এই বছৰ দুৰ্গা পূজা ১১ অক্টোবৰ, ২০২১(ষষ্ঠী) তাৰিখে আৰম্ভ হ'ব আৰু ১৫ অক্টোবৰ, ২০২১ তাৰিখে সমাপ্ত হ'ব।
    Published by:Kokil Sarma
    First published: