உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma on Covid SOP: ৩০ জানুৱাৰীৰ পিছত বিদ্যালয় খোলাৰ ইংগিত মুখ্যমন্ত্ৰীৰ, ১ ফেব্ৰুৱাৰীৰ পৰা নিশা ১১ বজাৰ পৰা হ'ব কাৰ্ফিউ

    Himanta Biswa Sarma on Covid SOP: ৩০ জানুৱাৰীৰ পিছত বিদ্যালয় খোলাৰ ইংগিত মুখ্যমন্ত্ৰীৰ, ১ ফেব্ৰুৱাৰীৰ পৰা নিশা ১১ বজাৰ পৰা হ'ব কাৰ্ফিউ

    Himanta Biswa Sarma on Covid SOP: নৈশ সান্ধ্য আইনৰ সময়  ১ ফেব্ৰুৱাৰীৰ পৰা নিশা ১১ বজাৰ পৰা  হ'ব বুলিও জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব  শৰ্মাই। 

    • Share this:
    ৩০ জানুৱাৰীৰ পিছত বিদ্যালয় খোলাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়,  "স্কুল-কলেজ লাহে লাহে খুলিম। যদি কৰবাত বেছি হয়, তেতিয়া আমি কিছু কঠোৰ ব্যৱস্থা লম।"

    আমি কোভিডৰ SOP লাহে লহাে শিথিল কৰিম বুলি মন্তব্য কৰি একে  সময়তে  নৈশ সান্ধ্য আইনৰ সময়  ১ ফেব্ৰুৱাৰীৰ পৰা নিশা ১১ বজাৰ পৰা  হ'ব বুলিও জনায় মুখ্যমন্ত্ৰী শৰ্মাই।

    আনহাতে অমিক্ৰণৰ ক্ষেত্ৰত ৭ দিন হোম কোৱাৰিণ্টাইন হ'লেই হ'ল বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ৷
    Published by:Manjumoni Borah
    First published: