• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma: কিমান আগবাঢ়িছে নিৰ্মাণৰ কাম? নিৰ্মিয়মান তিনি চিকিৎসা মহাবিদ্যালয়ক লৈ দিছপুৰত মুখ্যমন্ত্ৰীৰ বৈঠক

Himanta Biswa Sarma: কিমান আগবাঢ়িছে নিৰ্মাণৰ কাম? নিৰ্মিয়মান তিনি চিকিৎসা মহাবিদ্যালয়ক লৈ দিছপুৰত মুখ্যমন্ত্ৰীৰ বৈঠক

নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হ'ব লাগিব নিৰ্মাণ: মুখ্যমন্ত্ৰী

নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হ'ব লাগিব নিৰ্মাণ: মুখ্যমন্ত্ৰী

নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হ'ব লাগিব নিৰ্মাণ: মুখ্যমন্ত্ৰী

  • Share this:
ৰাজ্যত নির্মাণৰত অৱস্থাত থকা কোকৰাঝাৰ, নগাঁও আৰু নলবাৰীৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (Medical College and Hospital)ৰ কাম-কাজৰ বিষয়ত সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়া আৰু ঠিকাদাৰসকলৰ সৈতে আজি জনতা ভৱনত এখন পর্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)।

এই বৈঠকত উপস্থিত থকা সকলোকে উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে— "আমাৰ চৰকাৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালসমূহৰ শিক্ষা বর্ষ  আৰু বহিঃ ৰোগী বিভাগ আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । এই পৰিপ্রেক্ষিতত নিৰ্মাণ কাৰ্য সময়মতে সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷”

আজিৰ বৈঠকত মন্ত্রী স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ও উপস্থিত আছিল ।chaired-a-meeting
Published by:Manjumoni Borah
First published: