• Home
  • »
  • News
  • »
  • assam
  • »
  • Breaking News: শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ'ব আন্তঃজিলা যাতায়াত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

Breaking News: শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ'ব আন্তঃজিলা যাতায়াত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ'ব আন্তঃজিলা যাতায়াত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা। শীঘ্ৰেই প্ৰকাশ পাব এই সন্দৰ্ভত নিৰ্দেশনা।

  • Share this:

ৰাজ্যত ব্যাপক হাৰত হোৱা ক'ভিডৰ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। পূৰ্বেও এই সন্দৰ্ভত ইংগিত প্ৰদান কৰিছিল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
Published by:Kokil Sarma
First published: