গুৱাহাটী মহানগৰীৰ বিলাসী হোটেলত CBIৰ অভিযান

সন্ধিয়া ৭ বজাৰ পৰা চলিছে অভিযান

News18-Assam
Updated:October 23, 2019, 10:47 PM IST
গুৱাহাটী মহানগৰীৰ বিলাসী হোটেলত CBIৰ অভিযান
সন্ধিয়া ৭ বজাৰ পৰা চলিছে অভিযান
News18-Assam
Updated: October 23, 2019, 10:47 PM IST
মহানগৰীত CBIৰ অভিযান।

গুৱাহাটী মহানগৰীৰ বিলাসী হোটেলত CBIৰ অভিযান।

আটক কৰে NBCCৰ DGMক।

সবিশেষ তথ্য এতিয়াও লাভ কৰা নাই।

সন্ধিয়া ৭ বজাৰ পৰা চলিছে অভিযান।

 
আৰু চাওক পৰৱৰ্তী বাতৰি