• Home
  • »
  • News
  • »
  • assam
  • »
  • Railway Officer arrested by CBI : আঢ়ৈ কোটি টকা উৎকোচ বিচাৰি CBIৰ জালত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিষয়া, হাতে-লোটে গ্ৰেপ্তাৰ

Railway Officer arrested by CBI : আঢ়ৈ কোটি টকা উৎকোচ বিচাৰি CBIৰ জালত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিষয়া, হাতে-লোটে গ্ৰেপ্তাৰ

Railway Officer arrested by CBI : তথ্য অনুসৰি কাম দিয়াৰ নামত এটা প্ৰতিষ্ঠানৰ পৰা আঢ়ৈ কোটি টকা বিচাৰিছিল বিষয়াজনে। ৰঞ্জিত কুমাৰ বৰাৰ লগতে প্ৰতিষ্ঠানটোৰ সদস্যকো আটক কৰা বুলি জানিব পৰা গৈছে।

  • Share this:
CBI ৰ জালত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে (Northeast Frontier Railway)ৰ প্ৰিন্সিপাল চীফ ইলেকট্ৰিকেল ইঞ্জিনীয়াৰ (Principal Chief Electrical Engineer) কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা। জানিব পৰা মতে আঢ়ৈ কোটি টকা (2.5 Crores) উৎকোচ (Bribe) বিচাৰিছিল বিষয়া ৰঞ্জিত কুমাৰ বৰাই। ৫০ লাখ টকা আগধন লওতেই CBIয়ে হাতে-লোটে ধৰাৰ তথ্য পোহৰলৈ আহিছে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি কাম দিয়াৰ নামত এটা প্ৰতিষ্ঠানৰ পৰা আঢ়ৈ কোটি টকা বিচাৰিছিল বিষয়াজনে। ৰঞ্জিত কুমাৰ বৰাৰ লগতে প্ৰতিষ্ঠানটোৰ সদস্যকো আটক কৰা বুলি জানিব পৰা গৈছে।

মালিগাঁৱ (Maligaon)ৰ কাৰ্যালয়তে উৎকোচ লৈছিল বিষয়াজনে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি