অসম কংগ্ৰেছৰ মুৰব্বী ভূপেন কুমাৰ বৰাই মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক একনাথ সিন্দেলৈ পত্ৰ লিখিছে আৰু তেওঁক "ৰাজ্যৰ স্বাৰ্থত" অতি সোনকালে অসম এৰি যাবলৈ কৈছে।
অসম কংগ্ৰেছৰ মুৰব্বী ভূপেন কুমাৰ বৰাই মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক একনাথ সিন্দেলৈ পত্ৰ লিখিছে আৰু তেওঁক "ৰাজ্যৰ স্বাৰ্থত" অতি সোনকালে অসম এৰি যাবলৈ কৈছে।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই একনাথ সিন্দেলৈ চিঠি লিখিছে, অতি সোনকালে অসম এৰি যাবলৈ কৈছে ...
অসম কংগ্ৰেছৰ মুৰব্বী ভূপেন কুমাৰ বৰাই মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক একনাথ সিন্দেলৈ পত্ৰ লিখিছে আৰু তেওঁক "ৰাজ্যৰ স্বাৰ্থত" অতি সোনকালে অসম এৰি যাবলৈ কৈছে। অসম কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই একনাথ সিন্দেলৈ লিখা পত্ৰত কয়, "অসম আপোনাৰ উপস্থিতিৰ বাবে কুখ্যাত কিয়নো সাংবিধানিক মূল্যবোধ আৰু আনুগত্যৰ প্ৰতি কোনো সন্মান নথকা বিধায়কসকলৰ বাবে গুৱাহাটীক এক সুৰক্ষিত স্থান হিচাপে গণ্য কৰা হৈছে।"
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|