• Home
  • »
  • News
  • »
  • assam
  • »
  • BPF Leader Prahlad Brahma: ভাষণত সীমাই চেৰাই গ'ল বিপিএফ নেতাই, দেশৰ চিৰস্মৰণীয় লোকক নপুংসক বুলি অপমান

BPF Leader Prahlad Brahma: ভাষণত সীমাই চেৰাই গ'ল বিপিএফ নেতাই, দেশৰ চিৰস্মৰণীয় লোকক নপুংসক বুলি অপমান

Prahlad Brahma, Youth BPF Secretary

Prahlad Brahma, Youth BPF Secretary

BPF Leader Prahlad Brahma: নপুংসক শব্দৰে অপমান কৰিলে দেশৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক।

  • Share this:
ভাষণত সীমাই চেৰই গৈ বিপিএফ নেতা প্ৰহ্লাদ ব্ৰহ্মই ৰাজহুৱাকৈ অপমান কৰিলে দেশৰ কেইবগৰাকী যশস্বী লোকক।  নপুংসক শব্দৰে অপমান কৰিলে দেশৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক।

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী,  প্ৰাক্তন ৰাষ্ট্ৰপতি  মিছাইল মেন এ পি জে আব্দুল কালামকো অপমান প্ৰহ্লাদ ব্ৰহ্মৰ। ইমানেই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো নপুংলক বুলি  ঘোৰ অপমান কৰিলে বিপিএফ নেতাজনে।

বিপিএফ নেতাজনৰ বক্তব্যৰ পিছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। প্ৰহ্লাদ ব্ৰহ্মৰ ভাষণ ভািৰেল হৈ পৰাৰ পিছতে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে বিপিএফ দলে।



BPF দলে প্ৰহ্লাদ ব্ৰহ্মৰ মন্তব্যক চোকা ভাষাৰে গৰিহণা দি তাতক্ষণিকভাৱে দলৰ পৰা বহিষ্কাৰ কৰে। প্ৰহাল্দ ব্ৰহ্ম যুৱ বিপিএফৰ সভাপতি আছিল।
Published by:Manjumoni Borah
First published: