মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati News: প্ৰেমত বাধা দিয়াৰ বাবেই গুলী খালে প্ৰেম কুমাৰে! প্ৰেমিকাৰ ককায়েকক গুলীয়ালে প্ৰেমিকে

Guwahati News: প্ৰেমত বাধা দিয়াৰ বাবেই গুলী খালে প্ৰেম কুমাৰে! প্ৰেমিকাৰ ককায়েকক গুলীয়ালে প্ৰেমিকে

গুলীবিদ্ধ যুৱকজনৰ নাম প্ৰেম কুমাৰ দেৱ বুলি জানিব পৰা গৈছে। 

গুলীবিদ্ধ যুৱকজনৰ নাম প্ৰেম কুমাৰ দেৱ বুলি জানিব পৰা গৈছে। 

গুলীবিদ্ধ যুৱকজনৰ নাম প্ৰেম কুমাৰ দেৱ বুলি জানিব পৰা গৈছে। 

  • Share this:

  • গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। প্ৰেমজনিত কাৰণত সংঘটিত হৈছে এই ঘটনা। মহানগৰীৰ বশিষ্টত সংঘটিত হৈছে এই ঘটনা।

  • প্ৰেমিকাৰ ককায়েকে মানি লোৱা নাছিল সম্পৰ্ক। গতিকে পশ্চিম বংগৰ পৰা আহি প্ৰেমিক গুৱাহাটীৰ প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ গুলী চলাই ককায়েকক।

  • গুলীবিদ্ধ যুৱকজনৰ নাম প্ৰেম কুমাৰ দেৱ বুলি জানিব পৰা গৈছে।

  • ঘটনা সংঘটিত কৰি কোঠালিৰ ভিতৰত আত্মগোপন অভিযুক্ত প্ৰেমিকৰ।

  • এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শেহতীয়া বাতৰি