জু–ৰোডৰ বিস্ফোৰণৰ পৰিকল্পনা কৰা ঘৰটোত কোন এই জাহ্নৱী?

১০ দিন আগত ঘৰটো ভাৰালৈ লৈছিল জাহ্নৱী নামৰ এগৰাকী মহিলাই। ঘৰটোত জাহ্নৱীৰ লগত থাকে এগৰাকী বনকৰা ছোৱালী।

news18assam
Updated:May 16, 2019, 4:16 PM IST
জু–ৰোডৰ বিস্ফোৰণৰ পৰিকল্পনা কৰা ঘৰটোত কোন এই জাহ্নৱী?
১০ দিন আগত ঘৰটো ভাৰালৈ লৈছিল জাহ্নৱী নামৰ এগৰাকী মহিলাই। ঘৰটোত জাহ্নৱীৰ লগত থাকে এগৰাকী বনকৰা ছোৱালী।
news18assam
Updated: May 16, 2019, 4:16 PM IST
জু–ৰোডত বিস্ফোৰণৰ ঘটনাৰ পিছতে কূটাঘাতকাৰীক বিচাৰি আজি পুৱা মহানগৰীৰ পাঞ্জাবাৰীত অভিযান চলায় মহানগৰ আৰক্ষীয়ে। পাঞ্জাবাৰীৰ নামঘৰ পথৰ মছজিদ গলিৰ ১০নং ঘৰত অভিযান আৰক্ষীৰ। এই ঘৰটোৰ পৰাই গ্ৰেনেড বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

১০ দিন আগত ঘৰটো ভাৰালৈ লৈছিল জাহ্নৱী নামৰ এগৰাকী মহিলাই। ঘৰটোত জাহ্নৱীৰ লগত থাকে এগৰাকী বনকৰা ছোৱালী। শান্তি আলোচনাত থকা আলফা প্ৰাণময় ৰাজগুৰু প্ৰায়েই আহিছিল এই ঘৰটোলৈ। আৰক্ষীৰ অভিযানত ঘৰটোৰ পৰা জব্দ হৈছে এটা পিষ্টলৰ উপৰি ভালেসংখ্যক আপত্তিজনক সামগ্ৰীও। এই পৰ্যন্ত ২৫ জাঁই গুলী জব্দ কৰিছে আৰক্ষীয়ে।

কি কি উদ্ধাৰ হ’ল জাহ্নৱীৰ ঘৰত :
আৰু চাওক পৰৱৰ্তী বাতৰি