• Home
  • »
  • News
  • »
  • assam
  • »
  • Birthday Party in Radisson Blu: হোটেল ৰেডিছন ব্লুত সিন্দে বাহিনীৰ বিদ্ৰোহৰ মাজতে বাৰ্থডে পাৰ্টী

Birthday Party in Radisson Blu: হোটেল ৰেডিছন ব্লুত সিন্দে বাহিনীৰ বিদ্ৰোহৰ মাজতে বাৰ্থডে পাৰ্টী

Birthday Party in Radisson Blu: মাহাৰাষ্ট্ৰৰ ৰাজনীতিৰ কেন্দ্ৰ সদৃশ হৈ পৰা ৰেডিছন ব্লুত পুৰাদমে চলিছে এখন বাৰ্থডে পাৰ্টী। যি বাৰ্থদে পাৰ্টী এতিয়া বাতৰিৰ শিৰোনাম হৈ পৰিছে।

  • Share this:
মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট (Maharashtra Political Crisis)ৰ ওপৰত এতিয়া সমগ্ৰ দেশবাসীৰেই নজৰ। একেদৰে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ কেন্দ্ৰবিন্দু হৈ পৰা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুৰ (Hotel Radisson Blu) ওপৰতো নিমগ্ন সকলোৰে দৃষ্টি। হোটেল ৰেডিছন ব্লুত এতিয়া পখীয়ে ডেউকা মেলিলেও যেন বাতৰি হৈ পৰে। আৰক্ষী-অৰ্দ্ধসামৰিক বাহিনীয়ে ঘেৰি থকা আৰু দূৰ্গ সদৃশ হৈ পৰা ৰেডিছন ব্লুত এনে এক পৰিবেশৰ মাজতে পুৰাদমে চলিছে এখন বাৰ্থডে পাৰ্টী। যি বাৰ্থদে পাৰ্টী (Birthday Party) এতিয়া বাতৰিৰ শিৰোনাম হৈ পৰিছে।

প্ৰায় এসপ্তাহ ধৰি হোটেল ৰেডিছন ব্লুত আবদ্ধ হৈ আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দল শিৱ সেনা (Shiv Sena)ৰ বিসম্বাদী বিধায়কসকল। তাৰ মাজৰেই এজন বিধায়ক নৰেন্দ্ৰ ভণ্ডেকাৰৰ আজি আছিল জন্ম দিন। চাওক ভিডিঅ'

হোটেল ৰেডিছন ব্লুত নৰেন্দ্ৰ ভণ্ডেকাৰে (MLA Narendra Bhondekar) বিদ্ৰেহী নেতা একনাথ সিন্দে (Eknath Shinde) আৰু অন্য বিধায়কসকলৰ সৈতে উদযাপন কৰিলে নিজৰ জন্মদিন। বাৰ্থডে কেক (Birthday Cake) কটাৰ পিছত একনাথ সিন্দেই কেক খুৱালে বাৰ্থডে বয় নৰেন্দ্ৰ ভণ্ডেকাৰক।
Published by:Manjumoni Borah
First published: