• Home
  • »
  • News
  • »
  • assam
  • »
  • ৭২ ঘণ্টাৰ পিছতো উদ্ধাৰ নহ’ল ভৰলুমুখত অপহৃত হোৱা শিশুটি

৭২ ঘণ্টাৰ পিছতো উদ্ধাৰ নহ’ল ভৰলুমুখত অপহৃত হোৱা শিশুটি

৪ আগষ্টত ভৰলুমুখ শ্লুইছ গেটত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনাটো। আৰক্ষী থানাৰ নাতি দূৰৈতে সংঘটিত হৈছিল অপহৰণৰ ঘটনা। মাতৃৰ কোলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিছিল শিশুটিক।

  • Share this:
৭২ ঘন্টা উকলি যোৱাৰ পিছতো সন্ধান নোলাল ভৰলুমুখত অপহৰণ হোৱা শিশুটিৰ। সন্ধান নাই শিশুটি অপহৰণ কৰা দুই দুৰ্বৃত্তৰো। ভৰলুমুখ আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই আছে যদিও এইপৰ্যন্ত সফলতা লাভ কৰা নাই। কোনে কি কাৰণত শিশুটি অপহৰণ কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।

উল্লেখ্য যে, ৪ আগষ্টত ভৰলুমুখ শ্লুইছ গেটত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনাটো। আৰক্ষী থানাৰ নাতি দূৰৈতে সংঘটিত হৈছিল অপহৰণৰ ঘটনা। মাতৃৰ কোলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিছিল শিশুটিক।

প্ৰথমে শিশুটিক চিপ্ছ-পানী খুৱাইছিল দুৰ্বৃত্তই। তাৰ পিছতে চিনেমাৰ কায়দাৰে স্কুটাৰত উঠাই দুৰ্বৃত্তই লৈ যায় শিশুটিক। এই ঘটনাৰ তদন্তত ভৰলুমুখ আৰক্ষী কিমানদূৰ সফল হয় সেয়া সময়েহে ক'ব।
Published by:Sanjay Kumar Das
First published: