গুৱাহাটী মহানগৰত অগ্নিকাণ্ড, অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ দোকান

News18-Assam
Updated:September 17, 2019, 11:38 AM IST
গুৱাহাটী মহানগৰত অগ্নিকাণ্ড, অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ দোকান
বেলতলা-জয়ানগৰ পথত ভয়ংকৰ অগ্নিকাণ্ড

বেলতলা-জয়ানগৰ পথত ভয়ংকৰ অগ্নিকাণ্ড

  • News18 Assam
  • Last Updated: September 17, 2019, 11:38 AM IST
  • Share this:
দেওবাৰে দুপৰীয়া গুৱাহাটী মহানগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।বেলতলা–জয়ানগৰ পথত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ দোকান। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।
First published: September 15, 2019, 4:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি