গুৱাহাটীৰ বশিষ্ঠত আৰক্ষীয়ে জব্দ কৰিলে ২৫ লক্ষাধিক টকা

টকাসহ ৫জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

News18-Assam
Updated:June 28, 2019, 3:12 PM IST
গুৱাহাটীৰ বশিষ্ঠত আৰক্ষীয়ে জব্দ কৰিলে ২৫ লক্ষাধিক টকা
টকাসহ ৫জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে
News18-Assam
Updated: June 28, 2019, 3:12 PM IST
Breaking:

গুৱাহাটীৰ বশিষ্ঠত টকাসহ ৫জনক গ্ৰেপ্তাৰ
আৰক্ষীয়ে জব্দ কৰিলে ২৫ লক্ষাধিক টকা

লো কটা সামগ্ৰী কিনিবলৈ আনিছিল টকাখিনি
ৰঙিয়াৰ এজনৰ সৈতে হৈছিল চুক্তিবদ্ধ
লোক কটা সামগ্ৰী কিনিবলৈ আহিছিল ৪জন
৪জন লোক আহিছিল মণিপুৰৰ পৰা

৮০ লক্ষাধিক টকাত সামগ্ৰী কিনিবলৈ হৈছিল চুক্তি
প্ৰথম কিস্তি হিচাপে আনিছিল ২৫ লক্ষাধিক টকা
সেই সময়তে আৰক্ষীয়ে জব্দ কৰে টকাখিনি
আৰক্ষীক দেখি প্ৰথমে টকাখিনি পেলাই দিয়ে নলাত
পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিলে বেগভৰ্তি টকাখিনি
প্ৰয়োজনীয় নথি দেখাব নোৱৰাত টকাখিনি জব্দ
টকাৰ লগতে ৫জনকে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে
ধৃত প্ৰকাশ গিৰি, টাক’, লাফ ষ্ট্ৰই, মই য়াহ
ধৃত আনজন ৰঙিয়াৰ জামছেদ আলী
আৰু চাওক পৰৱৰ্তী বাতৰি