• Home
  • »
  • News
  • »
  • assam
  • »
  • Barsha Rani Bishaya: উজান বজাৰৰ ঘাটত মাছ কিনিলে বৰষাই, আৰু কোনে কেনেদৰে সাজু হৈছে ভোগালীৰ বাবে?

Barsha Rani Bishaya: উজান বজাৰৰ ঘাটত মাছ কিনিলে বৰষাই, আৰু কোনে কেনেদৰে সাজু হৈছে ভোগালীৰ বাবে?

Barsha Rani Bishaya: উজান বজাৰ ঘাটৰ পৰাই ৰাজ্যবাসীক বিহুৰ ওলগ যাঁচিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু স্বামী ভাস্কৰে।

  • Share this:
উৰুকাৰ আনন্দত আজি ব্যস্ত সমগ্ৰ ৰাজ্য। পুৱাৰ পৰাই মাছৰ বজাৰত ভিৰ কৰিছে ৰাইজে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ ঘৰৰ কাষতেই মাছৰ বৃহত বজাৰ । গুৱাহাটীৰ উজান বজাৰত পুৱতী নিশাৰ পৰাই মাছৰ বেপাৰীসকলে উখল-মাখল পৰিবেশৰ সৃষ্টি কৰিছিল। ঘৰৰ কাষতেই বজাৰ, গতিকে ৰৈ নাথাকিল বৰষা ৰাণী বিষয়াও।

স্বামী ভাস্কৰৰ সৈতে বৰষা মাছৰ বজাৰ পালেগৈ। মাছ কিনক বা নিকিনক, এই উলহ-মালহৰ সৈতে নিজক একাকাৰ কৰি আনন্দ উপভোগ কৰাতোও ভোগালীৰেই অংশ। বৰষা আৰু ভাস্কৰে হাতত প্ৰকাণ্ড চিতল একোটা লৈ ফটোও তুলিলে।

উজান বজাৰ ঘাটৰ পৰাই ৰাজ্যবাসীক বিহুৰ ওলগ যাঁচিলে অভিনেত্ৰী বৰষা আৰু স্বামী ভাস্কৰে।

নিজৰে ইনষ্টাগ্ৰামত লিখা মতে বৰষাই যোৰহাটৰ ঘৰতহে উৰুকাৰ ভোজ খাব।
Published by:Manjumoni Borah
First published: