• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীত ইউকো বেংকৰ শাখা প্ৰবন্ধকক গ্ৰেপ্তাৰ, প্ৰায় ২৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ

গুৱাহাটীত ইউকো বেংকৰ শাখা প্ৰবন্ধকক গ্ৰেপ্তাৰ, প্ৰায় ২৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ

মৃত ব্যক্তিৰ নামত একাউন্ট খুলি টকা আত্মসাৎ কৰিছিল শইকীয়াই। মৃত চৰকাৰী কৰ্মচাৰীৰ পাবলগীয়া ধন সোমাইছিল একাউণ্টটোত৷ 

  • Share this:
গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ ইউকো বেংকৰ শাখা প্ৰবন্ধকক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হ’ল শাখা প্ৰবন্ধক লব্ধ প্ৰতিম শইকীয়া। প্ৰায় ২৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ শইকীয়াৰ বিৰুদ্ধে। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শাখা প্ৰবন্ধক শইকীয়াক। মৃত ব্যক্তিৰ নামত একাউন্ট খুলি টকা আত্মসাৎ কৰিছিল শইকীয়াই। মৃত চৰকাৰী কৰ্মচাৰীৰ পাবলগীয়া ধন সোমাইছিল একাউণ্টটোত৷
Published by:Sanjay Kumar Das
First published: