உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসম আৰক্ষীত ব্যাপক ৰদ-বদল ৷ ৩৭ গৰাকী আৰক্ষী অধীক্ষকক ৰদ-বদল৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠনৰ পিছতে এই ব্যাপক ৰদ-বদল।

    অসম আৰক্ষীত ব্যাপক ৰদ-বদল ৷ ৩৭ গৰাকী আৰক্ষী অধীক্ষকক ৰদ-বদল৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠনৰ পিছতে এই ব্যাপক ৰদ-বদল।

    উপায়ুক্ত পৰ্যায়ত,  আৰক্ষীৰ শীৰ্ষ পৰ্যায়তো, জনতা ভৱনৰ শীৰ্ষ প্ৰশাসিনক পৰ্যায়তো হ'ব পাৰে ব্যাপক ৰদ-বদল।

    উপায়ুক্ত পৰ্যায়ত, আৰক্ষীৰ শীৰ্ষ পৰ্যায়তো, জনতা ভৱনৰ শীৰ্ষ প্ৰশাসিনক পৰ্যায়তো হ'ব পাৰে ব্যাপক ৰদ-বদল।

    উপায়ুক্ত পৰ্যায়ত, আৰক্ষীৰ শীৰ্ষ পৰ্যায়তো, জনতা ভৱনৰ শীৰ্ষ প্ৰশাসিনক পৰ্যায়তো হ'ব পাৰে ব্যাপক ৰদ-বদল।

    • Share this:
    অসম আৰক্ষীত ব্যাপক ৰদ-বদল ৷ ৩৭ গৰাকী আৰক্ষী অধীক্ষকক ৰদ-বদল৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠনৰ পিছতে এই ব্যাপক ৰদ-বদল।

    আৰক্ষী অধীক্ষক পৰ্যায়ৰ ৰদ-বদলৰ পিছতে হ'ব উপায়ুক্ত পৰ্যায়ত ৰদ-বদল।

    অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়তো হ'ব পাৰে ৰদ-বদল।

    জনতা ভৱনৰ শীৰ্ষ প্ৰশাসিনক পৰ্যায়তো হ'ব পাৰে ব্যাপক ৰদ-বদল।

    কোন আৰক্ষী বিষয়াক ক’লৈ কৰা হ’ল বদলি?

    দক্ষিণ শালমাৰাৰ SP কংকন জ্যোতি শইকীয়াক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি।

    নলবাৰীৰ  SP অমনজিত কৌৰক সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (প্ৰশাসনিক) (AIGP, Administration) ৰূপে গুৱাহাটীলৈ বদলি।

    তিনিচুকীয়াৰ  SP নিম্বলকৰ বৈভৱ চন্দ্ৰকান্তক কাচাৰৰ  SP ৰূপে বদলি।

    আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা শোণিতপুৰ জিলাৰ SP ৰূপে বদলি শিলাদিত্য চেতিয়াক।

    কোকৰাঝাৰৰ SP ৰাকেশ ৰৌছনক শিৱসাগৰৰ SP ৰূপে বদলি।

    ধুবুৰীৰ SP  আনন্দ মিশ্ৰাক নগাঁৱৰ SP  ৰূপে বদলি।

    কাহিলিপাৰাস্থিত দশম বেটেলিয়নৰ অধিনায়ক অংকুৰ জৈনক যোৰহাটৰ SP ৰূপে বদলি।

    আইন-শৃংখলাৰ সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (AIGP, Law & Order) গৌৰৱ উপাধ্যায়ক গুৱাহাটীৰ পৰা চিৰাঙৰ SP ৰূপে বদলি।

    ডিব্ৰুগড়ৰ SP থুবে প্ৰতীক বিজয়কুমাৰক কোকৰাঝাৰৰ SP ৰূপে বদলি।

    হামৰেণৰ SP ৰমণদীপ কৌৰক হাইলাকান্দিৰ SP ৰূপে বদলি।

    বৰপেটাৰ SP ৰবীন কুমাৰক গোলাঘাটৰ SP ৰূপে বদলি।

    কাচাৰৰ SP ভৱৰ লাল মীনাক গুৱাহাটীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ SP ৰূপে বদলি।

    গোলাঘাটৰ SP পুষ্পৰাজ সিঙক কাৰ্বি আংলঙৰ SPৰূপে বদলি।

    নগাঁৱৰ SP গৌৰৱ অভিজিত দিলীপক ধুবুৰীৰ SPৰূপে বদলি।

    মাজুলীৰ SP অপৰ্ণা এনক মৰিগাঁৱৰ SPৰূপে বদলি।

    গুৱাহাটীৰ অপৰাধ  (Crime) শাখাৰ উপ আৰক্ষী আয়ুক্ত(DCP) বৰুণ পুৰকায়স্থক হোজাইৰ SP ৰূপে বদলি।

    চৰাইদেউৰ SP শ্বেতাংক মিশ্ৰাক ডিব্ৰুগড়ৰ SP ৰূপে বদলি।

    কোকৰাঝাৰৰ চৰাইখোলাস্থিত সপ্তম বেটেলিয়নৰ অধিনায়ক শুভ্ৰজ্যোতি বৰাক গুৱাহাটী, পূৱৰ উপ আৰক্ষী আয়ুক্ত(DCP) ৰূপে বদলি।

    ওডালগুৰিৰ খাজুবিলস্থিত তৃতীয় বেটেলিয়নৰ অধিনায়ক মোহন লাল মীনাক গুৱাহাটীৰ অপৰাধ (Crime) শাখাৰ উপ আৰক্ষী আয়ুক্ত(DCP) ৰূপে বদলি।

    শোণিতপুৰৰ SP মুগ্ধজ্যোতি দেৱ মহন্তক অসম আৰক্ষীৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়লৈ বদলি।

    গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত(DCP) ছিকিউৰিটী আৰু ইণ্টেলিজেন্স (Security & Inteligence)ৰ পৰা বেদান্ত মাধব ৰাজখোৱাক লখিমপুৰৰ SP ৰূপে বদলি।

    কাৰ্বি আংলঙৰ SP দেৱজিত দেউৰীক তিনিচুকীয়াৰ SP ৰূপে বদলি।

    গুৱাহাটী, পূৱৰ উপ আৰক্ষী আয়ুক্ত(DCP) গৌতম বৰাক মাজুলীৰ SP ৰূপে বদলি।

    হোজাইৰ SP মানবেন্দ্ৰ দেৱ ৰয়ক গুৱাহাটীৰ কাহিলিপাৰাস্থিত দশম বেটেলিয়নৰ অধিনায়কৰূপে বদলি।

    বিশ্বনাথৰ SP ৰাজেন সিঙক বাকছাৰ SP ৰূপে বদলি।

    চিৰাঙৰ SP শুধাকৰ সিঙক চৰাইডেউৰ SP ৰূপে বদলি।

    লখিমপুৰৰ SP লংনিত তেৰাঙক আইন-শৃংখলাৰ সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (AIGP, Law & Order) ৰূপে গুৱাহাটীলৈ বদলি।

    গুৱাহাটীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ SP স্বপ্ননীল ডেকাক বঙাইগাঁৱৰ SP ৰূপে বদলি।

    বঙাইগাঁৱৰ SP সুবোধ কুমাৰ সোণোৱালক দক্ষিণ শালমাৰাৰ SP ৰূপে বদলি।

    যোৰহাটৰ SP মৃণাল তালুকদাৰক কোকৰাঝাৰৰ চৰাইখোলাস্থিত সপ্তম বেটেলিয়নৰ অধিনায়কৰূপে বদলি।

    শিৱসাগৰৰ SP অমিতাভ সিনহাক বৰপেটাৰ SP ৰূপে বদলি।

    বাকছাৰ SP হিৰণ্য বৰ্মনক ওডালগুৰিৰ SP ৰূপে বদলি।

    গুৱাহাটীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত সুশান্ত বিশ্ব শৰ্মাক দৰঙৰ SP ৰূপে বদলি।

    ওদালগুৰিৰ SP ৰিপুল দাসক বিশ্বনাথৰ SP ৰূপে বদলি।

    অভয়াপুৰিৰ অষ্টম বেটেলিয়নৰ অধিনায়ক অজগৌৰা বসুমতাৰীক হামৰেণৰ SP ৰূপে বদলি।

    মৰিগাঁৱৰ SP নন্দ সিঙক গুৱাহাটীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি।

    হাইলাকান্দিৰ SP পবিন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ SP ৰূপে বদলি।
    Published by:Manjumoni Borah
    First published: