অসমৰ এগৰাকী পৰিচালকৰ বিৰুদ্ধে অশ্লীল প্ৰস্তাৱৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী অভিনেত্ৰীয়ে। কামৰ প্ৰলোভনেৰে অভিনেত্ৰীগৰাকীক Night Stay কৰাৰ প্ৰস্তাৱ দিয়ে পৰিচালকগৰাকীয়ে।

শেহতীয়াকৈ এই সন্দৰ্ভত মুখ খুলিছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীলৈ পৰিচালকৰ বাৰ্তা, 'তুমি চাইড ৰোল কৰিবা নে লিড ৰোল কৰিবা। তোমাক মই মোৰ সকলো চিৰিয়েলত লিড ৰোল দিম, মাত্ৰ তুমি মোৰ লগত কুৱালিটী টাইম স্পেণ্ড কৰিব লাগিব। তুমি মোৰ লগত Night Stay কৰিব লাগিব। তুমি য'ত কম্পৰ্ফটেবল মই তাতেই লৈ যাম। তুমি হোটেলত নৈশ যাপন কৰিব লাগিব।' এই অভিযোগ অভিনেত্ৰীগৰাকীৰ।
অসমীয়া ধাৰাবাহিকৰ এই পৰিচালকগৰাকী হৈছে মুকেশ মিশ্ৰা। নৱাগতা অভিনেত্ৰীগৰাকী সৰৱ হৈ পৰিল এইগৰাকী পৰিচালকৰ বিৰুদ্ধে। ইতিমধ্যে কাষ চাপিছে আৰক্ষীৰ। পৰিচালকগৰাকীৰ বিৰুদ্ধে চানমাৰী আৰক্ষীৰ কাষ চাপিছে অভিনেত্ৰীগৰাকী। এতিয়া আৰক্ষীয়ে এই পৰিচালকগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|