• Home
  • »
  • News
  • »
  • assam
  • »
  • নতুন SOPত সামান্য শিথিলতা: ১১ বজাৰ পৰিৱৰ্তে ১২ বজালৈ খোলা থাকিব দোকান, ১ বজাৰ পৰা সান্ধ্য আইন ! আৰু কি কি আছে নতুন SOPত ?

নতুন SOPত সামান্য শিথিলতা: ১১ বজাৰ পৰিৱৰ্তে ১২ বজালৈ খোলা থাকিব দোকান, ১ বজাৰ পৰা সান্ধ্য আইন ! আৰু কি কি আছে নতুন SOPত ?

৬ জুনৰ পুৱা ৫ বজাৰ পৰা ১৬ জুনৰ পুৱা ৫ বজালৈ কাৰ্যকৰী হোৱাকৈ নতুন SOP প্ৰকাশ। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ১২ বজালৈ খোলা ৰাখিব পাৰিব। দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব সান্ধ্য আইন। 

  • Share this:

৬ জুনৰ পৰা ১৬ জুনৰ পুৱা ৫ বজালৈ অন্য জিলালৈ ভ্ৰমণ বন্ধ থাকিব। সান্ধ্য আইনৰ সময়ছোৱাত জৰুৰীকালীন সেৱা অব্যাহত থাকিব। চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় ১৫ জুনলৈ বন্ধ থাকিব।
Published by:Kokil Sarma
First published: