মুখ্যপৃষ্ঠা » খবৰ

» অসম

»MLA Jayanta Malla Baruah: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱাক বিশেষ পদ।

MLA Jayanta Malla Baruah: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱাক বিশেষ পদ।

News18 Assam | News18-Assam
Updated:May 11, 2021, 2:14 PM IST
MLA Jayanta Malla Baruah: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱাক বিশেষ পদ।
বিজেপি বিধায়িনী দলৰ দলপতি(মুখ্যমন্ত্ৰীৰ)ৰ ৰাজনৈতিক সচিবৰূপে আনুষ্ঠানিকভাৱে দায়িত্ব বিধায়ক জয়ন্ত মল্ল বৰুৱাক(Jayanta Malla Baruah)।

বিজেপি বিধায়িনী দলৰ দলপতি(মুখ্যমন্ত্ৰীৰ)ৰ ৰাজনৈতিক সচিবৰূপে আনুষ্ঠানিকভাৱে দায়িত্ব বিধায়ক জয়ন্ত মল্ল বৰুৱাক(Jayanta Malla Baruah)।

  • Share this:


নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক(Jayanta Malla Baruah) ৰাজ্যিক বিজেপিয়ে অৰ্পণ কৰিলে বিশেষ দায়িত্ব। আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসে বিধায়ক বৰুৱাক বিজেপি বিধায়িনী দলৰ দলপতিৰ (মুখ্যমন্ত্ৰীৰ) ৰাজনৈতিক সচিবৰূপে আনুষ্ঠানিকভাৱে দায়িত্ব  প্ৰদান কৰে। ছচিয়েল মিডিয়াত এই কথা জনালে বিধায়কগৰাকীয়ে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বুলি জনাজাতসকলৰ ভিতৰত আছে বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ (Jayanta Malla Baruah) নাম।
Published by: Manjumoni Borah
First published: May 11, 2021, 2:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি