মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Covid Vaccine: শুকুৰবাৰে অসমত একেদিনাই এক লাখৰো অধিক লোকক প্ৰদান কৰিলে Coronaৰ ভেকছিন।

Covid Vaccine: শুকুৰবাৰে অসমত একেদিনাই এক লাখৰো অধিক লোকক প্ৰদান কৰিলে Coronaৰ ভেকছিন।

Kokil Sarma | News18-Assam
Updated:June 18, 2021, 10:40 PM IST
Covid Vaccine: শুকুৰবাৰে অসমত একেদিনাই এক লাখৰো অধিক লোকক প্ৰদান কৰিলে Coronaৰ ভেকছিন।
আজিৰ দিনটোত ১,১৬,২৩৭ জন লোকক ক'ভিড ভেকছিনৰ পালি প্ৰদান কৰা হয়। 

আজিৰ দিনটোত ১,১৬,২৩৭ জন লোকক ক'ভিড ভেকছিনৰ পালি প্ৰদান কৰা হয়। 

  • Share this:
শুকুৰবাৰৰ দিনটোত অসমত একেদিনাই অভিলেখসংখ্যক লোকক প্ৰদান কৰা হ'ল ভেকছিন। আজিৰ দিনটোত ১,১৬,২৩৭ জন লোকক ক'ভিড ভেকছিনৰ পালি প্ৰদান কৰা হয়।



এই পৰ্যন্ত ৰাজ্যৰ ৪১,৭৮,২১৩ জন লোকে ভেকছিনৰ প্ৰথম পালি লোৱাৰ বিপৰীতে দুয়োটা পালি গ্ৰহণ কৰিছে ১০,৩০,৬৩৮ জনে। অসমত এই পৰ্যন্ত ৫২ লাখৰো অধিক ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনায় এই তথ্য।
Published by: Kokil Sarma
First published: June 18, 2021, 10:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি