• Home
  • »
  • News
  • »
  • assam
  • »
  • বুধবাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ! মন্ত্ৰীসভাত কিমানখন নতুন মুখ থাকিব ? কোন কোন হ'ব in ?

বুধবাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ! মন্ত্ৰীসভাত কিমানখন নতুন মুখ থাকিব ? কোন কোন হ'ব in ?

File Photo

File Photo

শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব। ৮ জুনত ঘোষণা কৰা হ'ব নতুন মন্ত্ৰীৰ নাম। অৱশ্যে নতুনকৈ কিমানজন মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

  • Share this:
শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব। ৮ জুনত ঘোষণা কৰা হ'ব নতুন মন্ত্ৰীৰ নাম। অৱশ্যে নতুনকৈ কিমানজন মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে ৮ জুনতেই নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰা হ'ব। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি থিৰাং কৰা হ'ব নতুন মন্ত্ৰীৰ নাম। মন্ত্ৰীসভাত নতুনকৈ কোনে কোনে স্থান পাব তাক লৈ চলিছে জল্পনা কল্পনা। অৱশ্যে ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত দিয়ে যে পাহাৰৰ ৫ বিধায়কৰ এজনে মন্ত্ৰিত্ব পাব। আনহাতে বৰ্তমানৰ মন্ত্ৰীসকল মন্ত্ৰী হৈয়ে থাকিব কিন্তু দপ্তৰ সলনি হ'ব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি