• Home
  • »
  • News
  • »
  • assam
  • »
  • Minster Piyush Hazarika : সাংবাদিকৰ কল্যাণৰ বাবে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সাংবাদিকৰ ৫ সংগঠনৰ সৈতে আলোচনা।

Minster Piyush Hazarika : সাংবাদিকৰ কল্যাণৰ বাবে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সাংবাদিকৰ ৫ সংগঠনৰ সৈতে আলোচনা।

সাংবাদিকৰ পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি হ'ব। আকস্মিকভাৱে মৃত্যু হোৱা ৬০ বছৰৰ তলৰ সাংবাদিকৰ পৰিয়ালক ১ৰ পৰা ৩ লাখ টকাৰ এককালিন সাহায্য দিব।

  • Share this:
জনসংযোগ মন্ত্ৰী পিয়ুষ হাজৰিকা আজি সাংবাদিকসকলৰ ৫টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰি সাংবাদিকসকলক কেনেকৈ সহায় কৰিব পাৰি তাক লৈ আলোচনা কৰে।এই আলোচনাত লোৱা হৈছে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

এতিয়াৰ পৰা প্ৰতিমাহৰ মাহৰ ১০ তাৰিখে জনসংগযোগ বিষয়াই আলোচনা মিলিত হব সংগঠনকেইটাৰ প্ৰতিনিধিৰ সৈতে।

সাংবাদিকৰ পেঞ্চন এতিয়াৰ ৮ হাজাৰৰ পৰিবৰ্তে ১০ হাজাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত।

আকস্মিকভাৱে মৃত্যু হোৱা ৬০ বছৰৰ তলৰ সাংবাদিকৰ পৰিয়ালক ১লাখৰ পৰা ৩ লাখ টকাৰ এককালিন সাহায্য দিয়া হ'ব।

আনহাতে সাংবাদিকতাৰ নিয়ম ভংগ কৰা সাংবাদিককৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
Published by:Manjumoni Borah
First published: