உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Budget: ৰাজ্যত নিৰ্মাণ হ'ব ১০০০টা ম'ডেল অংগনৱাড়ী কেন্দ্ৰ ! ৪৮ হাজাৰৰো অধিক অংগনৱাড়ী কেন্দ্ৰ আৰু ১৩ হাজাৰৰো অধিক প্ৰাথমিক বিদ্যালয়ক বৈদ্য়ুতিকৰণৰ পদক্ষেপ...

    Assam Budget: ৰাজ্যত নিৰ্মাণ হ'ব ১০০০টা ম'ডেল অংগনৱাড়ী কেন্দ্ৰ ! ৪৮ হাজাৰৰো অধিক অংগনৱাড়ী কেন্দ্ৰ আৰু ১৩ হাজাৰৰো অধিক প্ৰাথমিক বিদ্যালয়ক বৈদ্য়ুতিকৰণৰ পদক্ষেপ...

    বিদ্যুত সংযোগ নথকা ৪৮,৮০৫টা অংগনৱাড়ী কেন্দ্ৰ আৰু ১৩,৬৫৬ খন প্ৰাথমিক বিদ্যালয় বৈদ্যুতিকৰণ কৰা হ'ব। ইয়াৰ বাবে ১৪৪ কোটি টকা আবণ্টন দিয়া হৈছে।

    • Share this:
    ৰাজ্যত নিৰ্মাণ হ'ব ১০০০টা ম'ডেল অংগনৱাড়ী কেন্দ্ৰ। ইয়াত শিশুৰ বাবে সকলো ধৰণৰ সা-সুবিধা থাকিব। ইয়াৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ১৩.৫০ কোটি টকা।

    একোটা ম'ডেল অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ ব্যয় হিচাপে ২৫ লাখ টকা ধাৰ্য কৰা হৈছে। বিদ্যুত সংযোগ নথকা ৪৮,৮০৫টা অংগনৱাড়ী কেন্দ্ৰ আৰু ১৩,৬৫৬ খন প্ৰাথমিক বিদ্যালয় বৈদ্যুতিকৰণ কৰা হ'ব। ইয়াৰ বাবে ১৪৪ কোটি টকা আবণ্টন দিয়া হৈছে।
    Published by:Kokil Sarma
    First published: