• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HSLC Result 2022: সপ্তম স্থান দখল কৰি ডিমুলৈ গৌৰৱ কঢ়িয়াই আনিলে টি চি গাৰ্লছ হাইস্কুলৰ ছাত্ৰী নিশা শৰ্মাই ! নিশাৰ সাফল্যত আনন্দিত বৃহত্তৰ ডিমু অঞ্চলৰ ৰাইজ ...

Assam HSLC Result 2022: সপ্তম স্থান দখল কৰি ডিমুলৈ গৌৰৱ কঢ়িয়াই আনিলে টি চি গাৰ্লছ হাইস্কুলৰ ছাত্ৰী নিশা শৰ্মাই ! নিশাৰ সাফল্যত আনন্দিত বৃহত্তৰ ডিমু অঞ্চলৰ ৰাইজ ...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সপ্তম স্থান দখল কৰিছে গুৱাহাটীৰ TC GOVT GIRLS HS & MP SCHOOL ছাত্ৰী তথা কামৰূপ জিলাৰ ডিমু নিবাসী নিশা শৰ্মাই । নিশাই মুঠ ৫৯১ নম্বৰ লাভ কৰি ৯৮.৫ শতাংশৰে সপ্তম স্থান দখল কৰি বিদ্যালয়ৰ লগতে বৃহত্তৰ ডিমু অঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ ।

  • Share this:

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু গাঁৱৰ অশ্বনী শৰ্মা আৰু গিতাঞ্জলী দেৱীৰ কন্যা নিশাৰ ফলাফলক লৈ উৎফুল্লিত হৈ পৰে সমগ্ৰ ডিমুবাসী। ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ মন নিশা শৰ্মাৰ । নিশাৰ কৃতিত্বৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে । নিশাই বাইহাটা চাৰিআলিৰ ৰামানুজ একাডেমীত নামভৰ্তি কৰাৰ সম্ভাৱনা আছে বুলিও ব্যক্ত কৰে।
Published by:Kokil Sarma
First published: