• Home
  • »
  • News
  • »
  • assam
  • »
  • Kamakhya Mandir Bandh: বৃহস্পতিবাৰৰ পৰা ভক্তৰ বাবে বন্ধ থাকিব শক্তিপীঠ কামাখ্যা মন্দিৰ। চৰকাৰৰ নতুন নিৰ্দেশৰ পাছতেই দেৱালয় কৰ্তৃপক্ষৰ ঘোষণা।

Kamakhya Mandir Bandh: বৃহস্পতিবাৰৰ পৰা ভক্তৰ বাবে বন্ধ থাকিব শক্তিপীঠ কামাখ্যা মন্দিৰ। চৰকাৰৰ নতুন নিৰ্দেশৰ পাছতেই দেৱালয় কৰ্তৃপক্ষৰ ঘোষণা।

ৰাজ্য চৰকাৰৰ নতুন SOPৰ প্ৰতি সঁহাৰি জনাই দেৱালয় কৰ্তৃপক্ষই জাৰি কৰিছে এই জাননী। ১৩ মে'ৰ পৰা ১৫ দিনলৈ ৰাজ্যৰ সকলো ধৰ্মীয় অনুষ্ঠান, উপাসনাথলী বন্ধ থাকিব।

  • Share this:
১৩ মে'ৰ পৰা ১৫ দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব শক্তিপীঠ কামাখ্যা দেৱালয়। মা কামাখ্যা দেৱালয় কৰ্তৃপক্ষই এক জাননীযোগে কৰিলে এই ঘোষণা।

কামাখ্যা মন্দিৰৰ লগতে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ সৈতে সংলগ্ন নীলাচল পাহাৰৰ আন আন মন্দিৰসমূহ।

ৰাজ্য চৰকাৰৰ নতুন SOPৰ প্ৰতি সঁহাৰি জনাই দেৱালয় কৰ্তৃপক্ষই জাৰি কৰিছে এই জাননী।

উল্লেখ্য যে, কোভিডৰ শেহতীয়া পৰিস্থিতিৰ বাবে আজি ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন SOP। এই SOPত থকা নিৰ্দেশনা মতে ১৩ মে'ৰ পৰা ১৫ দিনলৈ ৰাজ্যৰ সকলো ধৰ্মীয় অনুষ্ঠান, উপাসনাথলী বন্ধ থাকিব।
Published by:Manjumoni Borah
First published: