உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰচৰ্চাবিদ তথা প্ৰশিক্ষক দেৱজিত গগৈৰ মৃত্যু। কোভিডত আক্ৰান্ত হৈ মৃত্যু।

    আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰচৰ্চাবিদ তথা প্ৰশিক্ষক দেৱজিত গগৈৰ মৃত্যু। কোভিডত আক্ৰান্ত হৈ মৃত্যু।

    ২০০৮ চনত মিষ্টাৰ ইউনিভাৰ্ছ মাচ্ল মেনিয়াত অংশ লৈছিল দেৱজিত গগৈয়ে। ক্ৰীড়াবিদগৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মহাদেৱ ডেকাই।

    • Share this:
    আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰচৰ্চাবিদ তথা প্ৰশিক্ষক দেৱজিত গগৈৰ মৃত্যু। গুৱাহাটীৰ এখন নাৰ্ছিং হোমত কোভিডত মৃত্যু শৰীৰচৰ্চাবিদগৰাকীৰ।

    দেৱজিত গগৈৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ। বিশিষ্ট শৰীৰচৰ্চাবিদগৰাকীৰ মৃত্যুক অসমৰ ক্ৰীড়া জগতৰ এক অপূৰণীয় ক্ষতি হিচাপে অভিহিত কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

    ২০০৮ চনত মিষ্টাৰ ইউনিভাৰ্ছ মাচ্ল মেনিয়াত অংশ লৈছিল দেৱজিত গগৈয়ে। মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাৰ সৈতে সেইবাৰ একেলগে প্ৰতিযোগীতাত অংশ লৈছিলদেৱজিত গগৈয়ে। ক্ৰীড়াবিদগৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মহাদেৱ ডেকাই।

    অসমক প্ৰতিনিধিত্ৱ কৰি দেৱজিত গগৈয়ে বহু আন্তৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল।
    Published by:Manjumoni Borah
    First published: