মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Result: মেট্ৰিক-HSৰ ফলাফলত থাকিব ষ্টাৰ-ডিষ্টিংছন, শিক্ষকৰ বাহিৰে সকলো চাকৰিতে প্ৰযোজ্য হ'ব মাৰ্কশ্বীট ! মুখ্যমন্ত্ৰীৰে AASU-AJYCPৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, "ছেপ্টেম্বৰত নহয় পৰীক্ষা" !

Result: মেট্ৰিক-HSৰ ফলাফলত থাকিব ষ্টাৰ-ডিষ্টিংছন, শিক্ষকৰ বাহিৰে সকলো চাকৰিতে প্ৰযোজ্য হ'ব মাৰ্কশ্বীট ! মুখ্যমন্ত্ৰীৰে AASU-AJYCPৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, "ছেপ্টেম্বৰত নহয় পৰীক্ষা" !

News18 Assam | News18-Assam
Updated:July 8, 2021, 4:53 PM IST
Result: মেট্ৰিক-HSৰ ফলাফলত থাকিব ষ্টাৰ-ডিষ্টিংছন, শিক্ষকৰ বাহিৰে সকলো চাকৰিতে প্ৰযোজ্য হ'ব মাৰ্কশ্বীট ! মুখ্যমন্ত্ৰীৰে AASU-AJYCPৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত,
HSLC, HS পৰীক্ষা সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকত। বৈঠকত পূৰ্বৰ অধিসূচনাৰ ৫ নং দফা প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত ছেপ্টেম্বৰ মাহত কোনো পৰীক্ষা অনুষ্ঠিত নহয়।

HSLC, HS পৰীক্ষা সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকত। বৈঠকত পূৰ্বৰ অধিসূচনাৰ ৫ নং দফা প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত ছেপ্টেম্বৰ মাহত কোনো পৰীক্ষা অনুষ্ঠিত নহয়।

  • Share this:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে AASU, AJYCP, নিখিল বড়ো ছাত্ৰ সন্থাৰ অনুষ্ঠিত হোৱা বৈঠকৰ অন্ত পৰিছে। HSLC, HS পৰীক্ষা সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকত। বৈঠকত পূৰ্বৰ অধিসূচনাৰ ৫ নং দফা প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত ছেপ্টেম্বৰ মাহত কোনো পৰীক্ষা অনুষ্ঠিত নহয়, একেখন মাৰ্কশ্বীট সকলো চাকৰিত প্ৰযোজ্য হ'ব, মাথোন শিক্ষক হোৱাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম হ'ব। চৰকাৰে প্ৰয়োজন সাপেক্ষে এটা বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব, ভৱিষ্যতে এটা পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

কোভিডৰ বাবে শিক্ষাৰ্থী সকল দোষী নহয়, অসমৰ চৰকাৰৰ জাননীৰ ৫ নম্বৰ দফা প্ৰত্যাহাৰ কৰিছে। চৰকাৰে আছুৰ দাবী মানী লৈছে গতিকে এখন মাৰ্কশ্বীট সকলো চৰকাৰী চাকৰিত প্ৰযোজ্য হ'ব। অৱশ্যে বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক হোৱাৰ ক্ষেত্ৰত এটা পৰীক্ষা অনুষ্ঠিত হ'ব, ভৱিষ্যতে এই পৰীক্ষা অনুষ্ঠিত হ'ব। আছুৰ দাবী আছিল স্থান নাথাকে কিন্তু ষ্টাৰ ডিষ্টিংছনৰ ব্যৱস্থা থাকিব, এই দাবী মানী লৈছে চৰকাৰে। আগত হৈ হোৱা মেট্ৰিক, HS প্ৰাৰ্থীৰ মাৰ্কশ্বীট পূৰ্বৰ প্ৰাৰ্থীৰ দৰে একে হ'ব। ৰাজ্যিক আৰু কেন্দ্ৰীয় ব'ৰ্ডৰ সকলো প্ৰাৰ্থীৰ ক্ষেত্ৰত একে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।
Published by: Kokil Sarma
First published: July 8, 2021, 4:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি