মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কাইলৈৰ পৰা মহানগৰীৰ গাড়ী চলাচলৰ ক্ষেত্ৰত আৰম্ভ হ'ব যুগ্ম-অযুগ্ম ফৰ্মূলা ! কোন দিনা কি নম্বৰৰ গাড়ী চলাচল কৰিব পাৰিব ? 

কাইলৈৰ পৰা মহানগৰীৰ গাড়ী চলাচলৰ ক্ষেত্ৰত আৰম্ভ হ'ব যুগ্ম-অযুগ্ম ফৰ্মূলা ! কোন দিনা কি নম্বৰৰ গাড়ী চলাচল কৰিব পাৰিব ? 

News18 Assam | News18-Assam
Updated:May 12, 2021, 6:53 PM IST
কাইলৈৰ পৰা মহানগৰীৰ গাড়ী চলাচলৰ ক্ষেত্ৰত আৰম্ভ হ'ব যুগ্ম-অযুগ্ম ফৰ্মূলা ! কোন দিনা কি নম্বৰৰ গাড়ী চলাচল কৰিব পাৰিব ? 
Guwahati traffic

কাইলৈৰ পৰা মহানগৰীৰ গাড়ী চলাচলৰ ক্ষেত্ৰত আৰম্ভ হ'ব যুগ্ম-অযুগ্ম ফৰ্মূলা। পুৱা ৫ বজাৰ পৰা দুপৰীয়া ২ বজালৈহে চলিব পাৰিব বাহনসমূহ। দিনৰ ২ বজাৰ পিছতে আৰম্ভ হ'ব সান্ধ্য আইন।

  • Share this:
কাইলৈৰ পৰা মহানগৰীৰ গাড়ী চলাচলৰ ক্ষেত্ৰত আৰম্ভ হ'ব যুগ্ম-অযুগ্ম ফৰ্মূলা। পুৱা ৫ বজাৰ পৰা দুপৰীয়া ২ বজালৈহে চলিব পাৰিব বাহনসমূহ। দিনৰ ২ বজাৰ পিছতে আৰম্ভ হ'ব সান্ধ্য আইন।

অযুগ্ম দিনত অৰ্থাৎ ১৩,১৫,১৭,১৯,২১,২৩,২৫ মে'ত চলাব পাৰিব অযুগ্ম সংখ্যাৰে শেষ হোৱা নম্বৰ প্লেটৰ গাড়ীসমূহ। গতিকে অযুগ্ম দিনত চলাচল কৰা গাড়ীসমূহৰ নম্বৰপ্লেটৰ অন্তিম সংখ্যা হ'ব লাগিব ১,৩,৫,৭,৯।

আনহাতে যুগ্ম দিনত অৰ্থাৎ ১৪,১৬,১৮,২০,২২,২৪,২৬ মে'ত চলাচল কৰা গাড়ীসমূহৰ নম্বৰ প্লেটৰ অন্তিম সংখ্যাও যুগ্ম (২,৪,৬,৮,০) হ'ব লাগিব ।

অৱশ্যে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহনসমূহৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়।
Published by: Kokil Sarma
First published: May 12, 2021, 6:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি