• Home
  • »
  • News
  • »
  • assam
  • »
  • Drinking Water: মহানগৰবাসীয়ে কেতিয়া পাব পানী ? গেমন ইণ্ডিয়াৰ সৈতে চুক্তি বাতিল গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগৰ ...

Drinking Water: মহানগৰবাসীয়ে কেতিয়া পাব পানী ? গেমন ইণ্ডিয়াৰ সৈতে চুক্তি বাতিল গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগৰ ...

গুৱাহাটী পানী যোগান প্ৰকল্প সম্পূৰ্ণ কৰাত ব্যৰ্থ গেমন ইণ্ডিয়া ৷ বছৰ বছৰ ধৰি গুৱাহাটী মহানগৰবাসীক পানী যোগানৰ দায়িত্ব লৈ অৱশেষত ব্যৰ্থতা স্বীকাৰ গেমন ইণ্ডিয়াৰ ৷

  • Share this:
গুৱাহাটী পানী যোগান প্ৰকল্প সম্পূৰ্ণ কৰাত ব্যৰ্থ গেমন ইণ্ডিয়া ৷ বছৰ বছৰ ধৰি গুৱাহাটী মহানগৰবাসীক পানী যোগানৰ দায়িত্ব লৈ অৱশেষত ব্যৰ্থতা স্বীকাৰ গেমন ইণ্ডিয়াৰ ৷

গেমন ইণ্ডিয়াৰ কামত অসন্তুষ্ট হৈ গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগে প্ৰতিষ্ঠানৰটোৰ সতে বাতিল কৰিলে চুক্তি ৷ কিয়নো প্ৰয়োজনতকৈ অধিক সময় তথা পানী যোগানৰ নিম্নমানৰ কামক লৈ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগে গ্ৰহণ কৰিলে সিদ্ধান্ত  ৷ ২০০৮ চনতে প্ৰকল্পৰ কাম আৰম্ভ কৰা গেমনে আজিও সামৰিব নোৱাৰিলে দায়িত্ব ৷ বিপৰীতে এটাৰ পাছত আনটো বিসংগতি গেমনৰ ৷ গেমনৰ লেহেমীয়া কামৰ বাবে যন্ত্ৰণা খোৱা মহানগৰবাসীৰ দীৰ্ঘদিনীয়া পানীসমস্যা এতিয়া কেতিয়া সমাধান হ'ব তাক লৈ উঠিছে বৃহৎ প্ৰশ্ন ৷ যদিওৱা বিভাগীয় মন্ত্ৰী অশোক সিংঘালৰ ভাষাত এনে চুক্তি বাতিলৰ বাবে কোনো প্ৰভাৱ নপৰাৰ কথা স্বীকাৰ সিংঘালৰ ৷ আগন্তুক দুমাহৰ ভিতৰত প্ৰকাশ পাব নতুন নিবিদা জাননী ৷ দুমাহত নিবিদা পৰীক্ষা কৰি তৎক্ষণিক কামৰ দায়িত্ব দিব প্ৰতিষ্ঠানক ৷ এতিয়া প্ৰশ্ন হয় প্ৰায় চাৰিশ লোকক পৰীক্ষামূলকভাৱে পানী যোগানৰ কাম আৰম্ভ জাইকাৰ এই কাম সম্পূৰ্ণ কৰিবলৈ কিমান বাকী সেয়া হয়টো সময়ত লক্ষণীয় হব ৷৷
Published by:Kokil Sarma
First published: