• Home
  • »
  • News
  • »
  • assam
  • »
  • বিদ্যুৎ বিধেয়ক ২০২২ৰ বিৰোধিতাৰে বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদত বহিল এইসকল কৰ্মচাৰী ...

বিদ্যুৎ বিধেয়ক ২০২২ৰ বিৰোধিতাৰে বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদত বহিল এইসকল কৰ্মচাৰী ...

সোমবাৰে সংসদত বিদ্যুৎ বিধেয়ক ২০২২ উঙ্খাপন কৰাৰ প্ৰাকক্ষনত সমগ্ৰ দেশজুৰি প্ৰতিবাদত বহিল বিভাগীয় কৰ্মচাৰী ৷বিজুলী ভৱনৰ সন্মুখতো বিধেয়কখনৰ বিৰোধিতাৰে প্ৰতিবাদত বহিল এইসকল কৰ্মচাৰী ৷

  • Share this:

কৰ্মচাৰীসকলৰ অভিযোগ ৰাজহুৱা বিদ্যুৎ খণ্ডত ব্যক্তিগতগোষ্ঠীৰ নিয়ন্ত্ৰন কৰাৰ বাবে সাজু কৰা হৈছে এই বিল ৷বিলখন গৃহীত হলে কৰ্মচাৰীৰ সমান্তৰালকৈ সাধাৰণ শ্ৰেনীৰ লোকসকলে ভুগিব লাগিব দুৰ্ভোগ ৷ কৰ্মচাৰীসকলৰ মতে  ২০১৪ চনৰ পৰাই কেন্দ্ৰীয় চৰকাৰে বিলখন গৃহীত কৰাৰ চেষ্টা চলাই আহিছিল যদিও কৰ্মচাৰী আৰু সাধাৰণ জনতাৰ প্ৰৱল বিৰোধিতাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল ৷ সোমবাৰে পুনৰ সংসদত বিলখন উঙ্খাপন পৰাৰ প্ৰাকক্ষণত দেশজুৰি কৰ্মচাৰীসকলে কৰা কৰ্মবিৰতিৰ পৰা ৰেহাই দিয়ে বিদ্যুৎ উৎপাদন সংবহন আৰু বিতৰনৰ ক্ষেপ কতৰ্ব্যত নিয়োজিত বিষয়া কৰ্মচাৰীক ৷ কিন্ত যদিহে চৰকাৰে কৰ্মচাৰীসকলে এই দাবীৰ প্ৰতি সহাৰিঁ নজনাই তেন্তে অনাগত দিনত বিদ্যুৎ সেৱাৰ পৰা বিৰত থাকি ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰে ৷ দীৰ্ঘদিনে কৰ্মচাৰীসকলৰ এই দাবীৰ প্ৰতি সহাৰিঁ নজনোৱা চৰকাৰে পিছে এইবাৰ কেনেদৰে ব্যৱস্থা হাতত লয় সেয়া হ'ব লক্ষনীয় ৷
Published by:Kokil Sarma
First published: