• Home
  • »
  • News
  • »
  • assam
  • »
  • New SOP: আজিৰে পৰা কাৰ্যকৰী নতুন SOP ! নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন, ৮ বজালৈ খোলা থাকিব দোকান...

New SOP: আজিৰে পৰা কাৰ্যকৰী নতুন SOP ! নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন, ৮ বজালৈ খোলা থাকিব দোকান...

ৰাজ্য চৰকাৰে ঘোষণা কৰিলে নতুন SOP। Containment Zonesৰ বাহিৰত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন। ৮ বজালৈ খোলা ৰাখিব পাৰিব দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান। ৮ বজালৈ খোলা ৰাখিব পাৰিব চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়।

  • Share this:
ৰাজ্য চৰকাৰে ঘোষণা কৰিলে নতুন SOP। Containment Zonesৰ বাহিৰত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন (Curfew)। ৮ বজালৈ খোলা ৰাখিব পাৰিব দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান। ৮ বজালৈ খোলা ৰাখিব পাৰিব চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় (Office)।

নতুন SOP অনুসৰি খুলিল আন্তঃ জিলা যাতায়াত। আজিৰে পৰা ১০০ শতাংশ যাত্ৰীৰে অব্যাহত থাকিব আন্তঃ জিলা যাতায়াত। ধাবা, ৰেষ্টুৰেণ্ট আৰু হোটেলত মুঠ ছীটৰ ৫০ শতাংশ লোক প্ৰৱেশ কৰি খাদ্য গ্ৰহণ কৰিব পাৰিব। ৮ বজালৈ বাহিৰলৈ খাদ্য সামগ্ৰী পঠিয়াব পাৰিব।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি