ৰাজ্য চৰকাৰে ঘোষণা কৰিলে নতুন SOP। Containment Zonesৰ বাহিৰত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন। ৮ বজালৈ খোলা ৰাখিব পাৰিব দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান। ৮ বজালৈ খোলা ৰাখিব পাৰিব চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়।

ৰাজ্য চৰকাৰে ঘোষণা কৰিলে নতুন SOP। Containment Zonesৰ বাহিৰত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন (Curfew)। ৮ বজালৈ খোলা ৰাখিব পাৰিব দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান। ৮ বজালৈ খোলা ৰাখিব পাৰিব চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় (Office)।
নতুন SOP অনুসৰি খুলিল আন্তঃ জিলা যাতায়াত। আজিৰে পৰা ১০০ শতাংশ যাত্ৰীৰে অব্যাহত থাকিব আন্তঃ জিলা যাতায়াত। ধাবা, ৰেষ্টুৰেণ্ট আৰু হোটেলত মুঠ ছীটৰ ৫০ শতাংশ লোক প্ৰৱেশ কৰি খাদ্য গ্ৰহণ কৰিব পাৰিব। ৮ বজালৈ বাহিৰলৈ খাদ্য সামগ্ৰী পঠিয়াব পাৰিব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|