Assam Election Results 2021: দশম ৰাউণ্ডৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ অগ্ৰগতি

News18 Assam | News18-Assam
Updated:May 2, 2021, 2:26 PM IST
Assam Election Results 2021: দশম ৰাউণ্ডৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ অগ্ৰগতি
Assam Election Results 2021: দশম ৰাউণ্ডৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ অগ্ৰগতি।

Assam Election Results 2021: দশম ৰাউণ্ডৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ অগ্ৰগতি।

  • Share this:
দশম ৰাউণ্ডৰ গণনাৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৪৪ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিছে। বিজেপিৰ জনপ্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মাই ৬০,৯০৯ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৰমেন বৰঠাকুৰে লাভ কৰিছে মাত্ৰ ১৬,৮১৮টা ভোট।
Published by: Kokil Sarma
First published: May 2, 2021, 2:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি