Assam Election Results 2021: ৬ষ্ঠ ৰাউণ্ডত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ বহু ভোটত অগ্ৰগতি

News18 Assam | News18-Assam
Updated:May 2, 2021, 12:27 PM IST
Assam Election Results 2021: ৬ষ্ঠ ৰাউণ্ডত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ বহু ভোটত অগ্ৰগতি
Assam Election Results 2021: ৬ষ্ঠ ৰাউণ্ডৰ গণনাৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৪ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিছে।

Assam Election Results 2021: ৬ষ্ঠ ৰাউণ্ডৰ গণনাৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৪ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিছে।

  • Share this:
৬ষ্ঠ ৰাউণ্ডৰ গণনাৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৪ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই ৩৭,০০১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৰমেন বৰঠাকুৰে লাভ কৰিছে ১২,৯৭৪টা ভোট।
Published by: Kokil Sarma
First published: May 2, 2021, 12:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি